◾মহানগৰীৰ গেম ভিলেজৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড
◾মন্দিৰৰ চাকিৰ পৰা জুইৰ সূত্রপাত হোৱাৰ সন্দেহ স্থানীয়ৰ
◾তিনিটাকৈ বাসগৃহ আৱৰি ধৰে জুইয়ে
◾সম্পূৰ্ণৰূপে ভস্মীভূত তিনিটাকৈ বাসগৃহ
◾সম্পূৰ্ণৰূপে জাহ বাসগৃহ ৩টাৰ সকলো সা-সামগ্ৰী
◾ইন্দিৰা নগৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড
◾দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণত ভয়াৱহ ৰূপ লয় অগ্নিকাণ্ডই
◾প্ৰায় ৯ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰজুই নিৰ্বাপিন
◾ঠেক ৰাস্তাৰ বাবে বহু সময় ধৰি আবদ্ধ হবলগীয়া হয় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী
Category
- Log in to post comments