মাজুলীত ভূবন গামৰ ভুবন ভুলোৱা হাঁহি, ভংগ কৰিলে সৰ্বানন্দ সোণোৱালৰ পূৰ্বৰ অভিলেখ…

Majuli

ঘোষণা হ’ল মাজুলী উপ-নিৰ্বাচনৰ ফলাফল। দুই ৰাজনৈতিক দলৰ প্ৰাৰ্থীক পৰাস্ত কৰি মাজুলীত বৃহৎ জয় বিজেপি প্ৰাৰ্থী ভূবন গামৰ।

সৰ্বানন্দ সোণোৱালৰ জয়ৰ অভিলেখ ভংগ কৰিলে ভূবন গামে। ৪১,৭০০টা ভোটত জয়লাভ ভূবন গামৰ। পূৰ্বে ১৮,৯২৩টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল মাজুলী সমষ্টিৰ প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱালে।

Category