প্ৰেমৰ সপ্তাহৰ আজি প্ৰথমটো দিন! কি কৰা হয় আজিৰ দিনটোত?

Rose Day

ফেব্ৰুৱাৰী মাহ বুলিলে প্ৰেমৰ মাহ। আজিৰে পৰা আৰম্ভ হৈছে প্ৰেমৰ সপ্তাহৰ ৷

৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে পালন কৰা হ’ব ভেলেণ্টাইন সপ্তাহ। এই সপ্তাহৰ প্ৰতিটো দিনৰে আছে বিশেষ মাদকতা ৷

আজি ৰ’জ ডে’। আজিৰ এই দিনটোত প্ৰেমিক-প্ৰেমিকাই প্ৰেম আৰু আনন্দেৰে উদযাপন কৰে।

গোলাপ দিৱসৰ দিনা ভগৱানে সম্পৰ্কবোৰ পৃথিৱীৰ আটাইতকৈ মূল্যৱান গোলাপতকৈ অধিক সুন্দৰ কৰি তুলিব বুলি গোলাপৰ বিনিময় কৰা হয়।

Category
Profile picture for user UB Photos