নিমাতীঘাটত পুনৰ অঘটন, বুঢ়ালুইতত জাঁপ দি আত্মহত্যাৰ চেষ্টা মাতৃ-কন্যাৰ...

নিমাতীঘাটত পুনৰ অঘটন, বুঢ়ালুইতত জাঁপ দি আত্মহত্যাৰ চেষ্টা মাতৃ-কন্যাৰ...

নিমাতী ঘাটত পুনৰ অঘটন। ব্ৰহ্মপুত্ৰৰ বুকুত একেলগে জাঁপ দিলে মাতৃ-কন্যাই। অফলামুখ ফেৰী ঘাটেৰে মাজুলী অভিমুখে আহিবলৈ ওলাইছিল মাতৃ-জীয়ৰী।

নদীৰ বুকুত জাঁপ দিয়া কন্যাগৰাকীৰ বয়স আছিল মাত্ৰ ৮ বছৰ। দুয়োয়ে ফেৰী ঘাটৰ সমীপতে ব্ৰহ্মপুত্ৰত একেলগে জাঁপ দিয়ে। ইতিমধ্যে প্ৰতক্ষ্যদৰ্শীয়ে ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰে যদিও এতিয়াও সন্ধানহীন ৮ বছৰীয়া কন্যাগৰাকী।

Category
Profile picture for user UB Photos