ৰৌণক আলী হাজৰিকাৰ পত্নী নুচৰতলৈ আদালতৰ চমন

Raunak Ali Hazarika

নুচৰত ৰৌণক হাজৰিকালৈ আদালতৰ চমন। ৪ ফেব্ৰুৱাৰী ত আদালতত হাজিৰৰ নিৰ্দেশ দিয়া হৈছে ৰৌণক আলী হাজৰিকাৰ পত্নী নুচৰতক। লগতে ফৰিদ আলীলৈও চমন জাৰি।

৪ ফেব্ৰুৱাৰীত গোচৰৰ তাৰিখত উপস্থিত থাকিব লাগিব দুয়ো। আনহাতে, কাৰাগাৰৰ পৰাই ভিডিঅ’ কনফাৰেন্সযোগে উপস্থিত থাকিব ৰৌণক আলী হাজৰিকা। বিশেষ ন্যায়াধীশৰ আদালতে জাৰি কৰিছে এই চমন।

Category
Profile picture for user UB Photos