Raunak Ali Hazarika

নুচৰত ৰৌণক হাজৰিকালৈ আদালতৰ চমন। ৪ ফেব্ৰুৱাৰী ত আদালতত হাজিৰৰ নিৰ্দেশ দিয়া হৈছে ৰৌণক আলী হাজৰিকাৰ পত্নী নুচৰতক। লগতে ফৰিদ আলীলৈও চমন জাৰি।

৪ ফেব্ৰুৱাৰীত গোচৰৰ তাৰিখত উপস্থিত থাকিব লাগিব দুয়ো। আনহাতে, কাৰাগাৰৰ পৰাই ভিডিঅ’ কনফাৰেন্সযোগে উপস্থিত থাকিব ৰৌণক আলী হাজৰিকা। বিশেষ ন্যায়াধীশৰ আদালতে জাৰি কৰিছে এই চমন।