নাকচ হ'ল পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ জামিন আবেদন!

Uddhab Bharali
  • পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ অগ্ৰীম জামিন আবেদন নাকচ।
  • গুৱাহাটী উচ্চ ন্য়ায়ালয়ে নাকচ কৰিলে জামিন আবেদন।
  • অন্তৱৰ্তী জামিনত আছিল পদ্মশ্ৰীৰে বিভূষিত উদ্ভাৱকগৰাকী।
  • কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ পদ্মশ্ৰী ভৰালীৰ বিৰুদ্ধে।
Category
Profile picture for user UB Photos