UB Photos January 17 / 2022 স্বাস্থ্যৰ অৱনতি ঘটিছে বিধায়ক অখিল গগৈৰ। দুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ হোম কোৱাৰেণ্টাইন হৈ আছিল অখিল গগৈ। কিন্তু স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ বাবে GMCHত ভৰ্তি কৰোৱা হয় বিধায়কগৰাকীক। সন্ধিয়া ঘৰলৈ লৈ যোৱা হ’ব বিধায়ক অখিল গগৈক। Category News Tags Assam Akhil Gogoi Covid Positive Log in to post comments