৫০ লাখ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল এন এফ ৰে'লৱেৰ বিষয়া ৰঞ্জিত কুমাৰ বৰা

Bribery

উৎকোচ লৈ হাতে লোতে ধৰা পৰিল এন এফ ৰে'লৱেৰ বিষয়া ৰঞ্জিত কুমাৰ বৰা।

ইতিমধ্য়েই CBIৰ জালত এন এফ ৰে'লৱেৰ বিষয়া বৰা।

৫০ লাখ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল বিষয়াগৰাকী। 

উৎকোচ দিয়া ব্য়ক্তিজনকো গ্ৰেপ্তাৰ কৰিছে CBIয়ে।

ঠিকা আবণ্টনৰ নামত দাবী কৰিছিল ২.৫০ কোটি টকা।

৫০ লাখ টকা আগধন হিচাপে দিবলৈ আহিছিল ৰঞ্জিত কুমাৰ বৰাক।

Category
Profile picture for user UB Photos