ৰাজ্যত পুনৰ এনকাউণ্টাৰ, গুলীবিদ্ধ অপৰাধী জাহিৰ আলী ওৰফে ভুত্তু

Assam Police encounter in Biswanath

ৰাজ্যত পুনৰ আৰক্ষীৰ গুলীচালনা। বিশ্বনাথত পুৱতি নিশা অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী।

আৰক্ষীৰ গুলীত গুলীবিদ্ধ জাহিৰ আলী ওৰফে ভুত্তু। বহু অসামাজিক চক্ৰৰে জড়িত জাহিৰ আলী। নকল টকাৰ স্থান দেখুৱাবলৈ নিয়াৰ সময়তে গুলীবিদ্ধ অপৰাধী জাহিৰ।

জাহিৰে পলায়নৰ চেষ্টা চলাওতেই গুলীচালনা কৰে আৰক্ষীয়ে। সংকটজনক অৱস্থাত ভুত্তুক প্ৰেৰণ কৰা হয় হাস্পতাললৈ।

Category
Profile picture for user UB Photos