যুৱ সাহিত্যিক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ‘মুনীন বৰকটকী সাহিত্য বঁটা’, ২০২১

Pradyumna kumar Gogoi

যুৱ সাহিত্যিক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ বিশেষ সন্মান। সু-সাহিত্যিক, সমালোচক, সাংবাদিক প্ৰয়াত মুনীন বৰকটকীৰ স্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা প্ৰদ্যুম্ন কুমাৰ গগৈলৈ আগবঢ়োৱা হৈছে ‘মুনীন বৰকটকী সাহিত্য বঁটা’, ২০২১।

Award

‘চকী আৰু অন্যান্য গল্প’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে তৰুণ লেখক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ ২৭ সংখ্যক ‘মুনীন বৰকটকী সাহিত্য বঁটা’।

Pradyumna Kumar Gogoi

১৯৯৫ চনৰ পৰা অসমীয়া ভাষাৰ তৰুণ লেখাৰুক উদগনি যোগাৱোৰ অৰ্থে প্ৰদান কৰা এই বঁটাত আছে নগদ ৫০,০০০ টকা, এটা স্মাৰক আৰু প্ৰশংসা পত্ৰ।

Pradyumna Kumar Gogoi 1

উল্লেখ্য যে, প্ৰদ্যুম্ন কুমাৰ গগৈ হৈছে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।

Category
Profile picture for user UB Photos