নাৰ্ছিংহোমৰ বিৰুদ্ধে সৰৱ GMC, গুৱাহাটীৰ ৬১খন নাৰ্ছিংহোমলৈ GMCৰ জাননী

GMC sends notice to Nursing Home in Guwahati

মহানগৰীৰ নিয়ম নমনা নাৰ্ছিংহোমলৈ জাননী প্ৰেৰণ কৰিলে GMCয়ে। গুৱাহাটীৰ ৬১খন নাৰ্ছিংহোমলৈ জাননী প্ৰেৰণ GMC আয়ুক্তৰ।

GMCৰ অভিযোগ অনুসৰি গুৱাহাটীৰ কেইবাখনো নাৰ্ছিংহোমৰ গৃহ নিৰ্মাণত আছে অনিয়ম। ৭ দিনৰ ভিতৰত নাৰ্ছিংহোমকেইখনৰ গৃহ নিৰ্মাণৰ তথ্য দাখিল কৰাৰ নিৰ্দেশ দিছে GMCয়ে।

একাংশ চিকিৎসা প্ৰতিষ্ঠানে GMCৰ অনুমতি অবিহনে গৃহ নিৰ্মাণ কৰাৰ অভিযোগ GMCৰ। কোনো অনুমতি নথকাকৈ কেইবা মহলীয়া নাৰ্ছিংহোমৰ ভৱন নিৰ্মাণ কৰাৰ বাবেই গুৱাহাটীৰ ৬১ খন নাৰ্ছিংহোমলৈ জাননী প্ৰেৰণ কৰিলে GMCৰ আয়ুক্তই।

Category
Profile picture for user UB Photos