কাৰাগাৰত থকাৰ পিছতো পুনৰ গ্ৰেপ্তাৰ ৰাজকণ্যা

Rajkanya baruah

আজি হাজিৰ কৰোৱা হল CJM আদালতত

২০১৭ চনত সংগঠিত কৰিছিল ভয়ঙ্কৰ দুৰ্ঘটনা

দুৰ্ঘটনাত প্ৰাক্তন বিধায়িকা নৱনিতা সন্দিকৈৰ পুত্র কৰণ জ্যোতি সন্দিকৈৰ ডিঙিৰ হাড় ভাঙিছিল সেই সময়ত
২০১৭ চনৰ ২৬ অক্টোবৰত নিশা ১২.৪৫ মিনিটত মহানগৰীৰ ছয়মাইলত ৰাজকন্যাই সংগঠিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনা

একেখন বিলাসী বাহন as01ag2194 ৰে দুৰ্ঘটনা সংগঠিত কৰিছিল সেই সময়ত

দিছ্পুৰ আৰক্ষী থানাত ২০১৮ চনত ৰুজু হোৱা case no: 747/2018 গোচৰত পুনৰ ৰাজকণ্যাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে

আজি পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ৰাজকণ্যাক

Category
Profile picture for user UB Photos