গুৱাহাটীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান: ৩ জন জুৱাৰীক গ্ৰেপ্তাৰ

Gambling racket busted; 3 arrested

দুদিনৰ বাবে তিনি জুৱাৰীক CRIME BRANCH ৰ জিম্মালৈ প্ৰেৰণ  ৷

মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছিল তিনি হাই প্ৰফাইল IPL জুৱাৰীক । 
 
জুৱাৰীৰ স্বীকাৰোক্তিত দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে ক্ৰাইম ব্ৰাঞ্চে ।

তালিকাত  আছে বহু হাইপ্ৰফাইল ব্যক্তিৰ নাম। 

শীঘ্ৰে ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিব তালিকাত থকা প্ৰতিজন ব্যক্তিক।

আটাইকেইজনৰ পৰা ম'বাইল, বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে CRIME BRANCH য়ে 

IPL ৰ জুৱাৰি ৰাজেশ জৈন, দ্বীপেশ বজৰীয়া, ৰ’নাক বজৰীয়াক এই তিনি জুৱাৰীক হাজিৰ কৰা হৈছিল  CJM আদালত ।

Category
Profile picture for user UB Photos