হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ....

KEY DECISIONS OF ASSAM CABINET

ধেমাজিত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কেবিনেট বৈঠক

কেবিনেটৰ পিছতে সংবাদমেল মুখ্যমন্ত্ৰীৰ

প্ৰতিমাহে দিছপুৰৰ বাহিৰত এখনকৈ বৈঠক

৩ দিনীয়া কাৰ্যসূচীৰে পালন এই কেবিনেট বৈঠক

নৱেম্বৰৰ প্ৰথম সপ্তাহত বঙাইগাঁৱত কেবিনেট

ডিচেম্বৰত কেবিনেট অনুষ্ঠিত হ’ব হাফলঙত

ধেমাজিত দুটা ট্ৰাইবেল বেল্টত ৪ জনগোষ্ঠীয়ে কিনিব পাৰিব মাটি

টাই আহোম, মটক, কোচ ৰাজবংশী আৰু গোৰ্খাসকললৈ এই সুবিধা

৮৯খন গাঁও সামৰি গঠন হ’ব নতুন ট্ৰাইবেল্ট বেল্ট

চি চি টেঙনি নামেৰে গঠন হ’ব এই ট্ৰাইবেল্ট বেল্ট

এতিয়াৰে পৰা OBC চাৰ্টিফিকেট OBC ব’ৰ্ডে দিব নোৱাৰিব

OBC প্ৰমাণ-পত্ৰ দিব জনগোষ্ঠীয় ব’ৰ্ডে

মটক সন্মিলনীয়ে দিব মটৰ গোষ্ঠীৰ প্ৰমাণ-পত্ৰ

ধেমাজি জিলাৰ বাবে কেতবোৰ আৰ্থিক সাহায্য প্ৰদান

ধেমাজিত ৫০ কোটি টকাৰ ষ্টেডিয়াম

বান নিয়ন্ত্ৰণৰ বাবে ধেমাজিলৈ ১৫০ কোটি টকা

কাগজ কললৈ ৭০০ কোটি টকা

জোনাইৰ পৰা মাজুলীলৈ মথাউৰিৰ ওপৰেৰে এটা পথ

পথটোৰ বাবে মুঠ ব্যয় হ’ব ১৮৩ কোটি টকা

ধেমাজিৰ উপায়ুক্তৰ কাৰ্যালয়লৈ ৫০ কোটি টকা

ডিব্ৰুগড়, শিলচৰক পৌৰ নিগমলৈ উন্নীতকৰণ

ঢকুৱাখনা, চাৰিকুৰিয়াত ট্ৰাইবেল্ট বেল্ট প্ৰত্যাহাৰ

চাৰিকুৰিয়াতো মাটি কিনা-বেচা কৰিব পাৰিব

ধেমাজিত হ’ব সংহত উপায়ুক্তৰ কাৰ্যালয়

Category
Profile picture for user UB Photos