যৌনাঙ্গ জোখাৰ বাবে মূত্ৰনলীত USB Cable সোমোৱাই দিলে কিশোৰে, তাৰপিছত....

Teenager inserts USB Cable into urethra to measure genitals

যৌনাঙ্গ জোখাৰ বাবে মূত্ৰনলীত USB Cable সোমোৱাই দিলে এজন কিশোৰে।

কৌতূহলী হৈ এজন কিশোৰে বিপদাপন্ন কৰি তুলিলে নিজৰেই জীৱন।

জন ১৫ বছৰীয়া কিশোৰে যৌনাঙ্গ কিমান ডাঙৰ সেইয়া পৰীক্ষা কৰিব বিচাৰি নিজৰ যৌনাঙ্গত Charger cable ভৰাই দিলে। এনে অদ্ভুত কাণ্ডৰ পিছত বিষ অনুভৱ হোৱাত চিকিৎসকৰ কাষ চাপে কিশোৰগৰাকীয়ে।

এই নাভুৎ নাচুৎ ঘটনা সংঘটিত হৈছে লণ্ডনত।

প্ৰতিবেদন অনুসৰি, কিশোৰজনে যৌনাঙ্গত USB cable সুমুৱাই দিছিল। কিন্তু ই ভিতৰলৈ সুমাই মুত্ৰ নলিকাত পাক খাই লাগি যায়। টানি দিয়াৰ লগে লগে তেজ ওলাই আহে মূত্ৰনলীৰ পৰা। এই ঘটনাই চিকিৎসকসকলকো হতবাক কৰি তোলে।

চিকিৎসকসকলে প্ৰথমে USB cable দাল উলিয়াবলৈ চেষ্টা কৰে। কিন্তু পৰিস্থিতি অধিক সংকটজনক হৈ পাৰে। তাৰ পিছত তেওঁ জটিল অস্ত্ৰোপচাৰ কৰিছিল আৰু ইয়াক বাহিৰলৈ লৈ গৈছিল। কিশোৰজনক দুসপ্তাহৰ বাবে পৰ্যবেক্ষণত ৰখা হৈছিল। তাৰ

চিকিৎসকসকলে তেওঁক এনে কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ সতৰ্ক কৰি দিয়ে।

Category
Profile picture for user UB Photos