
গুজৰাটৰ নতুন মুখ্যমন্ত্রীৰূপে আজি শপত গ্ৰহণ কৰিলে ভূপেন্দ্র পেটেলে। দুপৰীয়া ২.২০ বজাৰ পৰা অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান। পেটেল হ’ব গুজৰাটৰ সপ্তদশ মুখ্যমন্ত্ৰী ৷
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে অমিত শ্বাহ, যোগী আদিত্য নাথ। আহমেদাবাদৰ ৫৯ বছৰীয়া পেটেল অমিত শ্বাহৰ বিশেষ ঘনিষ্ঠ বুলি জনাজাত ৷ চিভিল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমাধাৰী পেটেল এসময়ত আছিল বিল্ডাৰ ৷
Category
- Log in to post comments