
যাত্ৰীৰ বাবে মুখ্যমন্ত্ৰীৰ নতুন নিৰ্দেশনা
কাজিৰঙাৰ বন্যপ্ৰাণীক ৰক্ষা কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ
URGENT APPEAL
— Himanta Biswa Sarma (@himantabiswa) August 30, 2021
We all take pride in Kaziranga National Park. In wake of floods causing displacement of Kaziranga animals & putting them on risk, may I appeal to truck / other vehicles to avoid NH 715 for commuting between lower & upper Assam & use NH 15 thru North Bank instead? pic.twitter.com/pYrwZWskue
বান পৰিস্থিতিৰ বাবে এই ঘোষণা মুখ্যমন্ত্ৰীৰ
পৰিহাৰ কৰিব লাগিব ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ
উজনিলৈ যাওঁতে উত্তৰ পাৰেৰে যাব পাৰিব
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰিব লাগিব
- Log in to post comments