পেৰালিম্পিকৰ পৰা ভাৰতলৈ আহিল প্ৰথমটো সোনৰ পদক

First Gold medal to come to India from Paralympics

টকিঅ’ত অনুষ্ঠিত হৈ থকা পেৰালিম্পিকৰ পৰা পুৱাই আহিছে এই সুখবৰটো। পেৰালিম্পিকৰ পৰা ভাৰতে লাভ কৰিলে প্ৰথমটো সোণৰ পদক। এই গৌৰৱ জয় কৰিবলে সক্ষম হৈছে ১৯ বছৰীয়া অবনী লেখাৰাই।

Peraolympic

মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত ভাৰতৰ হৈ সোনৰ পদক লাভ কৰিলে অবনী লেখাৰাই। এইয়া পেৰালিম্পিকত শ্বুটিঙত ভাৰতৰ ইতিহাসৰ প্ৰথমটো সোণৰ পদক।

মুঠ ২৪৯.৬ স্কোৰ কৰি সোণ কাঢ়িলে অবনীয়ে।

Category
Profile picture for user UB Photos