পহিলা ভাদৰ দিনা আঠখেলীয়া নামঘৰত ৫ কোটি টকাৰ অনুদান দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ