ৰাজ্যখনৰ বিভিন্ন ঠাইৰ দৰে দেৰগাঁৱতো নাই পূৰ্বৰ দৰে ঈদৰ আনন্দ-উছাহ

 ৰাজ্যখনৰ বিভিন্ন ঠাইৰ দৰে দেৰগাঁৱতো নাই পূৰ্বৰ দৰে ঈদৰ আনন্দ-উছাহ

আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্র ঈদ-উল-আজাহ। প্ৰতিবছৰে আজিৰ এই দিনটো উলহ-মালহেৰে পালন কৰি আহিছিল ধেমাজীবাসীয়ে। কিন্তু এইবাৰ ক'ভিড মহামাৰীৰ বাবে চৰকাৰে দিয়া নিয়ম অনুসৰি দেৰগাঁৱৰ ধেমাজী জামে মজিদত নাই পূৰ্বৰ দৰে কোনো ধৰণৰ আনন্দৰ উছাহ।

    ৰাজ্যখনৰ বিভিন্ন ঠাইৰ দৰে দেৰগাঁৱৰ ধেমাজী জামে মছজিদতো চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি মাত্ৰ ৫ জন লোকে মিলি ঈদৰ নামাজ পঢ়া পৰিলক্ষিত হয়।

Category
Profile picture for user UB Photos