বিহাৰত প্ৰথম গৰাকী মহিলাই DSP হোৱাৰ যোগ্যতা অৰ্জন কৰিলে

বিহাৰত প্ৰথম গৰাকী মহিলাই DSP হোৱাৰ যোগ্যতা অৰ্জন কৰিলে

#news_time_assam #Muslim #Woman #Bihar #RaziaSultana #DSP

কৰ'ণা কেন্দ্ৰীক পৰিস্থিতিৰ মাজত বিহাৰৰ প্ৰথম গৰাকী মহিলা  DSP হোৱাৰ যোগ্যতা অৰ্জন কৰে এগৰাকী ইছলাম ধৰ্মী যুৱতীয়ে৷

 ৰেজিয়া চুলতানা নামৰ মুছলিম যুৱতী গৰাকীয়ে সদ্য ঘোষিত বিহাৰ লোকসেৱা

আয়োগৰ পৰীক্ষাত বিহাৰ আৰক্ষী সেৱা বিষয়া অথাৎ DSP  হিচাপে নিৰ্বাচিত হয়৷

 ৰেজিয়াৰ এই সফলতাত পৰিয়ালবৰ্গ উৎফুল্লিত হৈ পৰিছে৷

Category