কাইলৈৰ পৰা ৰাজ্যত ১২ বজাৰ পৰা সান্ধ্য আইন

jj

# ub24x7#news_time_assam
#lock down_assam

সমগ্ৰ অসমতে কাইলৈৰ পৰা ১২ বজাৰ পৰা সান্ধ্য আইন।
দুপৰীয়া ১২ বজাৰ পৰাই কঠোৰ সান্ধ্য আইন।
১১ বজাৰ লগে লগে বন্ধ হ’ব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান।
দুপৰীয়া ১২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহিৰ ওলাব নোৱাৰিব।
৫ বজাৰ পৰা ১২ বজালৈ যুগ্ম-অযুগ্ম পদ্ধতিৰেহে চলিব বাহন।
প্ৰতিখন জিলাত যুগ্ম-অযুগ্ম নিৰ্ধাৰণ কৰিব জিলা উপায়ুক্তই।

Category
Profile picture for user UB Photos