সমগ্ৰ দেশতে কৰ’নাৰ কালাৰূপ, দিল্লীৰ পাছত লকডাউন ছিকিম আৰু ওড়িশাত

সমগ্ৰ দেশতে কৰ’নাৰ কালাৰূপ, দিল্লীৰ পাছত লকডাউন ছিকিম আৰু ওড়িশাত

#news_time_assam
#ub24x7 #INDIA #Covid  

দেশত বিভিন্ন ৰাজ্যত এতিয়া কৰনাই কালাৰূপ ধাৰণ কৰিছেক্ৰমাত বৃদ্ধি পাব ধৰিছে কভিড ৰোগীৰ সংখ্যা। এইবাৰ ছিকিমত ১০ দিনৰ বাবে ঘোষণা কৰা হৈছে লকডাউন। ৬ মেৰ পৰা বলৱৎ হব এই নিৰ্দেশনা ।

     কাইলৈৰ পৰা ওড়িশাতো সম্পূৰ্ণ লকডাউন। ১৪ দিনৰ বাবে তলাবন্ধ হব ওড়িশাত। 

Category
Profile picture for user UB Photos