বুধবাৰৰ পৰা সলনি সান্ধ্য আইনৰ সময়

বুধবাৰৰ পৰা সলনি সান্ধ্য আইনৰ সময়

#news_time_assam
#ub24x7 #INDIA #ASSAM #COVID 

বুধবাৰৰ পৰা সলনি সান্ধ্য আইনৰ সময়।

বিয়লি ২ বজাৰ পৰা বন্ধ হব সকলো দোকানপোহাৰ।

ভিডৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য প্ৰশাসনৰ বৃহৎ তৎপৰতা।

সন্ধিয়া ৮ বজাৰ পৰিৱৰ্তে ৬ বজাৰ পৰা নৈশ সান্ধ্য আইন।

বহিৰলৈ ওলাব নোৱাৰিব কোনো লোক।

অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰত শিথিলতা।

প্ৰশাসনৰ নতুন SOP

Category
Profile picture for user UB Photos