গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ড

গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ড

#news_time_assam
#ub24x7 #INDIA #ASSAM 

গোলাঘাটৰ ঊষা গৰঙাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। কোনো অজ্ঞাত অগ্নিকাণ্ডত জাহ গল ৪ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। কেইবা লাখ টকাৰ সা-সম্পত্তিৰ ক্ষয় ক্ষতি হয়। বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

   দুৰ্ঘটনাৰ পাছতো ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় লোকৰ।

 

Category
Profile picture for user UB Photos