প্ৰতিষেধকৰ দুয়ো ড'জ নোলোৱাকৈ যাব নোৱাৰিব হজলৈ

প্ৰতিষেধকৰ দুয়ো ড'জ নোলোৱাকৈ যাব নোৱাৰিব হজলৈ

#news_time_assam
#ub24x7 #COVID-19

প্ৰতিষেধকৰ দুয়ো ড'জ নোলোৱাকৈ যাব নোৱাৰিব হজলৈ
ভাৰতৰ হজ সমিতিয়ে জাৰি কৰিছে এই নিৰ্দেশনা
সমিতিৰ মূখ্য কাৰ্যৱাহী বিষয়া মকচুড আহমেদ খানে প্ৰদান কৰিছে এই ঘোষণা
চৌদি আৰৱৰ স্বাস্থ্য মন্ত্ৰালয় আৰু জেদাহস্থিত ভাৰতীয় দূতাৱাসৰ নিৰ্দেশনাৰ পিছতে গ্ৰহণ কৰিছে এই তৎপৰতা
২০২১ ৰ হজ যাত্ৰাৰ বাবে আবেদন কৰাসকলৰ বাবে প্ৰযোজ্য হ'ব

Category
Profile picture for user UB Photos