মৰাণ চেঁ‌চুঘাটৰ বুঢ়ীদিহিং নদীত সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

মৰাণ চেঁ‌চুঘাটৰ বুঢ়ীদিহিং নদীত সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

#news_time_assam
#ub24x7 #ASSAM #DEATH

মৰাণ চেঁ‌চুঘাটৰ বুঢ়ীদিহিং নদীত সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ । যুৱকজনৰ নাম শিৰোমণি বৰা। আজি পুৱা নদীত ওপঙি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে স্থানীয় ৰাইজে । গৰু বিহু দিনা নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল দুজন যুৱক।  ইয়াৰে চানু খনিকৰ নামৰ যুৱক জনক সেই দিনাই এচ ডি আৰ এফে মৃত অৱস্থাত উদ্ধাৰ কৰিছিল যদিও শিৰোমণি বৰা দুদিন ধৰি নিখোজ হৈ আছিল । ঘটনাস্থলীৰ পৰা ৩০০ মিটাৰ দূৰত্বত উদ্ধাৰ হয় শিৰোমণি বৰাৰ মৃতদেহ ।

Category
Profile picture for user UB Photos