নিজৰ গাঠিৰ ধন ভাঙি উৎযাপন কৰিলে ৰঙালী বিহু

অসমৰ এগৰাকী বিশেষ ব্যক্তি

#news_time_assam
#ub24x7 #ASSAM #BIHU

অসমৰ এগৰাকী বিশেষ ব্যক্তি, নাম বনমালী শৰ্মা অইন বছৰৰ দৰে এই বছৰো বহাগৰ প্ৰথম দিনটোতেই বনমালী শৰ্মা‌ই একক প্ৰচেষ্টা আৰু নকুছি বাসী ৰাইজৰ সহযোগত এখন ব্যতিক্ৰমী ৰঙালী বিহু অনুষ্ঠিত কৰি হাজোবাসী ৰাইজলৈ উপহাৰ হিচাপে আগবঢ়ায় দিলে অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰাৰ পাছতে তেজপুৰৰ বাৰেৰহনীয়া সাংস্কৃতিক গোষ্ঠীৰ লগতে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জীনা ৰাজকুমাৰী আৰু দ্বীপলীনা ডেকাৰ গীতৰ শৰাই আগবঢ়াই হেজাৰ হেজাৰ দৰ্শকে অনুষ্ঠান উপভোগ কৰি সমাজকৰ্মী তথা উদ্যোগপতি বনমালী শৰ্মাক আৰ্শীবাদেৰে উপচাই দিয়ে, লগতে তেওঁৰ অনাগত সময় উজ্জ্বল ভৱিষ্যত কামনা কৰে

 

 

Category
Profile picture for user UB Photos