শিল্পীৰ বিৰুদ্ধে গোচৰ তৰিব স্বাস্থ্য বিভাগে

শিল্পীৰ বিৰুদ্ধে গোচৰ তৰিব স্বাস্থ্য বিভাগে

#news_time_assam
#ub24x7 #ASSAM

 মন্ত্রী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। ক'ভিড প্ৰট'কল মানিব লাগিব সংগীত শিল্পীয়ে। সৰ্বাধিক নিশা ১১:৩০ বজালৈ পৰিৱেশন কৰিব পাৰিব সংগীতানুষ্ঠান। আইন মানি নচলিলে শাস্তিৰ সন্মুখীন হব যিকোনো শিল্পী । ৰুজু হব পাৰে গোচৰ। পিছত শিল্পীয়ে দৌৰি থাকিব লাগিব আদালতলৈ।  টিভিবোৰকো নিশা ১১ বজাৰ পিছত লাইভ নেদেখুৱাবলৈ অনুৰোধ।

ৰাইজক ক'ভিড প্ৰট'কল মানি চলাৰ আহ্বান মন্ত্রী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ।

Category
Profile picture for user UB Photos