কুম্ভমেলাত বোমা বিস্ফোৰণ

ক'ভিড হ'টস্পটৰূপে কুম্ভমেলা

#news_time_assam
#ub24x7 #Kumbh Mela #India #COVID-19

'ভিড 'টস্পটৰূপে কুম্ভমেলা। দুদিনত আক্ৰান্ত ' পুৰোহিতসহ এক হাজাৰোধিক লোক। মঙ্গলবাৰে ৫৯৪ জন আক্ৰান্ত, সোমবাৰে আক্ৰান্ত হৈছিল ৪০৮ জন। হৰিদ্বাৰস্থিত 'হোটেল শচীনইণ্টাৰনেচনেল'’ আইচলেছ্যন কেন্দ্ৰ ঘোষণা। হোটেলখনৰ ৭২ টা কোঠাত ৰখা হৈছে ১৫০ জনতকৈ অধিক ৰোগী।

একেলগে লক্ষাধিক ভক্তই স্নান কৰাৰ পিছতে এইদৰে বৃদ্ধি হৈছে সংক্ৰমণ বুধবাৰে ৪০ লক্ষাধিক ভক্তই সমূহীয়াকৈ স্নান কৰিছিল ইয়াৰ পিছতে সৰ্বত্ৰে চৰ্চিত হৈছিল কুম্ভমেলাৰ অবিবেচকী কাণ্ডৰ বিষয়ে বিগত বৰ্ষৰ তবলিকী জামাতৰ প্ৰসংগ উত্থাপনেৰে ইয়াক তবলিকীতকৈ কোনোগুণে কম নহয় বুলিও উল্লেখ কৰিছে বহুতে

দিল্লীতো সংহাৰীৰূপত মহামাৰীৰ সংক্ৰমণ। ২৪ ঘণ্টাত আক্ৰান্ত ১৭ হাজাৰ লোক। ৰাজধানীৰ সকলোবোৰ, বিবাহ ভৱন, সভাস্থলী, বিদ্যালয়-মহাবিদ্যালয় ৰূপান্তৰিত হৈছে 'ভিড কেন্দ্ৰলৈ। দেশত ২৪ ঘণ্টাত আক্ৰান্ত , ৮৪, ৩৭২ জন ২৪ ঘণ্টাত মৃত্যু ,০২৭ জন।

Category
Profile picture for user UB Photos