পাবত্য জিলা কাৰ্বি আংলঙৰ  উগ্ৰপন্থী সংগঠন PDCK ১০০ জনীয়া দুৰ্ধৰ্ষ সদস্যই  PDCK ৰ সেনাধ্যক্ষ আই কে সংবিজিতৰ নেতৃত্বত চৰকাৰক জমা দিয়ে অস্ত্ৰ-শস্ত্ৰ