তিনিখনকৈ কৃষি আইন বাতিল কৰণৰ দাবীত দীৰ্ঘসময় ধৰি দিল্লী - হাৰিয়ানা সীমান্তত কৃষক সংগঠন সমূহে অব্যাহত ৰখা আন্দোলন ক্ৰমাৎ হৈ পৰিছে তীব্ৰতৰ৷