দীৰ্ঘসময়ৰ অপেক্ষাৰ অন্তত কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ  মন্ত্ৰণালয়ে যোৰহাট- মাজুলী সংযোগী কংক্ৰিট দলংখন নিৰ্মাণত আনুমোদন প্ৰদান কৰে ।