ভাৰত বায়টেকে ভেকচিন সন্দৰ্ভত জাৰি কৰিছে নীতি-নিৰ্দেশনা

vaccine

আপুনি কভিড ভেকচিন ল'বলৈ বিচাৰিছে নেকি?

যদিহে বিচাৰিছে তেনেহলে আপুনি ল'ব লাগিব সাৱধানতা। কিয়নো ভাৰত বায়টেকে জাৰি কৰিছে ভেকচিন সন্দৰ্ভত কেতবোৰ নীতি-নিৰ্দেশনা। হয়, যদিহে আপুনি কেঞ্চাৰ, HIV ৰোগত ভুগি আছে তেনেহলে এই ভেকচিন নোলোৱাই ভাল বুলি ভাৰত বায়টেকে সদৰি কৰিছে।

তদুপৰি এলাৰ্জি, গৰ্ভৱতী মহিলা, শৰীৰত তেজ কম থকা লোককো এই ভেকচিন নলবলৈ আহ্বান জনাইছে ভাৰত বায়টেকে। যদিহে এইসকল লোকে ভেকচিন গ্ৰহণ কৰে তেতিয়া উশাহ-নিশাহৰ অসুবিধা,মুখ আৰু গলা ফুলি অহা,শৰীৰ দুৰ্বল অনুভৱ কৰা, গা-বিষ, খজুৱতি, বমি, আদি পাৰ্শ্বক্ৰিয়া হোৱাৰ আশংকা ব্যক্ত কৰিছে ভাৰত বায়টেকে।

Category
Profile picture for user UB Photos