গুজৰাটৰ চুৰাত মৰ্মান্তিক ঘটনা

accident

গুজৰাটৰ চুৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

ট্ৰাক আৰু ট্ৰেক্টৰৰ মুখামুখী সংঘৰ্ষত সংঘটিত হয় দুৰ্ঘটনা

সংঘৰ্ষৰ ফলত ট্ৰাকখন বাগৰি পৰে পদপথত শুই থকা শ্ৰমিকৰ ওপৰত

দুৰ্ঘটনাত থিতাতে নিহত হয় ১৫জনকৈ শ্ৰমিক

আহত হয় ৬জনকৈ লোক

নিহত শ্ৰমিক কেইজন ৰাজস্থানৰ বান্সাৱাদা জিলাৰ বাসিন্দা

শ্ৰমিক কেইজনে প্ৰব্ৰজনকাৰী শ্ৰমিক হিচাপে গুজৰাটত কাম কৰিবলৈ আহিছিল

গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনাত নিহত লোকৰ পৰিয়াললৈ ২লাখ টকাৰ সাহায্য ঘোষণা কৰিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিগৰাকী আহতৰ পৰিয়াললৈ  পৰা ২লাখ টকা সাহায্য ঘোষণা কৰিছে

দুৰ্ঘটনাটোৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে

 

Category
Profile picture for user UB Photos