৩২ নং বঙাইগাওঁ বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা প্ৰকাশ

hjj

৩২ নং বঙাইগাওঁ বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা প্ৰকাশ

নিৰ্বাচনী আয়োগৰ নিৰ্দেশত প্ৰকাশ চূড়ান্ত ফটোযুক্ত ভোটৰ  তালিকা 

জিলা নিৰ্বাচনী বিভাগে ভোটাৰ তালিকা প্ৰকাশ কৰে

সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ১,৭৫,৩২৯ জন

পুৰুষ ভোটাৰ ৮৬,৯৭৬ মহিলা ৮৮,৩৫৪

ভোটাৰ তালিকাসমূহ উপলদ্ধ হ'ব জিলা উপায়ুক্ত আৰু নিৰ্বাচনী কাৰ্যালয়,

জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ  কাৰ্যালয়,পৌৰসভা কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়,

বঙাইগাঁও আৰু চিৰাং জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়,

ডাংতল আৰু বিদ্যাপুৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়

আৰু ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ সকলো ভোট কেন্দ্ৰত উপলদ্ধ হ'ব ভোটৰ  তালিকা

Category
Profile picture for user UB Photos