
সমগ্ৰ দেশৰ লগতে অসমতো পেট্ৰোলিয়াম মন্ত্ৰনালয়ৰ নিৰ্দেশ মৰ্মে ইণ্ডিয়ান অইলে আজি সেউজ আৰু নিকা শক্তি অভিযান মুকলি কৰে। গুৱাহাটী নুনমাটিস্থ ইণ্ডিয়ান অইলৰ কাৰ্যালয়ত এই অভিযান অনুস্থানিক ভাৱে মুকলি কৰে অসম চৰকাৰৰ যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীয়ে।
এই অনুষ্ঠানত ইণ্ডিয়ান অইলৰ বিপণন প্ৰমুখ জি, ৰমেশ, মূখ্য আঞ্চলিক প্ৰৱন্ধক এচ, চক্ৰৱৰ্তী, ৰিটেইল শাখাৰ মূখ্য প্ৰৱন্ধক ডি, দাস সহ ভালে সংখ্যক লোক উপস্থিত থাকে।
- Log in to post comments