অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা অভিনেতা হৃত্বিক ৰৌশনৰ

আজি মাঘ বিহু।

      অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালে বলীউদৰ জনপ্ৰিয় অভিনেতা হৃত্বিক ৰৌশনে।

https://twitter.com/iHrithik/status/1349371064917262337?s=20

 

বিহুৰ শুভেচ্ছাৰ জনোৱাৰ লগতে  সকলোৰে সু-স্বাস্থ্য আৰু শান্তি সম্প্ৰীতিৰ কামনা কৰিলে জনপ্ৰিয় অভিনেতাজনে।

Category
Profile picture for user UB Photos