UB Photos January 14 / 2021 আজি মাঘ বিহু। অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালে বলীউদৰ জনপ্ৰিয় অভিনেতা হৃত্বিক ৰৌশনে। https://twitter.com/iHrithik/status/1349371064917262337?s=20 বিহুৰ শুভেচ্ছাৰ জনোৱাৰ লগতে সকলোৰে সু-স্বাস্থ্য আৰু শান্তি সম্প্ৰীতিৰ কামনা কৰিলে জনপ্ৰিয় অভিনেতাজনে। Category News Log in to post comments