১৫০০ কেজি মাছ বিক্রীৰ টাৰ্গেট কৰিছে ফিছফেডে

১৫০০ কেজি মাছ বিক্রীৰ টাৰ্গেট কৰিছে ফিছফেডে

      ৰাজ্যৰ সবত্ৰে এতিয়া ভোগালীৰ পাৰভৰা উছাহ। আজি উৰুকা ।ভোগালী বিহু  উপলক্ষে ফিছফেডে সতেজ আৰু সুলভ মূল্যত মাছৰ সোৱাদ দিলে মহানগৰবাসীৰ লগতে ৰাজ্যবাসীক। ফিছফেডে মহানগৰীৰ বিভিন্ন স্থানত ক্রয় কেন্দ্ৰ মুকলি কৰে। মহানগৰবাসীৰ সুবিধাৰ্থে বিভিন্ন এলেকাত বিক্রীৰ বাবে দিয়া মাছৰ পৰিমান এনেধৰণৰ। ৰূপনগৰত ৬০০কেজি

বেলতলা আৰু ছাৰ্ভে,দিছপুৰত ২০০কেজি

নুনমাটিত ১০০কেজি

মালিগাঁৱত ১০০কেজি

ছয়মাইল ২০০ কেজি

উল্লিখিত এলেকাত  প্ৰায় ১৫০০ কেজি মাছ বিক্রীৰ টাৰ্গেট কৰিছে ফিছফেডে ।

Category
Profile picture for user UB Photos