ৰাষ্ট্ৰীয় শিক্ষানীতিক আদৰণী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ

ৰাষ্ট্ৰীয় শিক্ষানীতিক আদৰণী  অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ

 কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় শিক্ষানীতিক আদৰণী জনাইছে অসম প্ৰদেশ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। যি শিক্ষানীতি ১৯৮৬ চনতে ঘোষণা কৰা হৈছিল।

     কিন্তু সামান্য পৰিৱৰ্তন কৰিয়েই তেতিয়াৰ চৰকাৰে দায়িত্ব সাৰিছিল। বৰ্তমান মোদী চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাটো আদৰণীয় বুলি মন্তব্য কৰিছে অসম  প্ৰদেশ এবিভিপৰ  সম্পাদক ৰাজেশ নাথে।

     বিশেষকৈ ৫+৩+৩+৪ গাঁঠনিৰ শিক্ষা বৰ্ষৰ ব্যৱস্থা এক বৃহত গুৰুত্বপূৰ্ণ সলনি বুলি সংগঠনটোৰ নেতৃত্বই মন্তব্য কৰিছে।

Category
Profile picture for user UB Photos