১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীব।
প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং।
ইতিমধ্যে সাজু হৈ উঠিছে বহু প্ৰত্যাশিত দলংখন।
শেষ পৰশ দিয়া হৈছে নিৰ্মাণৰত গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙত।
বৰ্তমান চলি আছে বৈদ্যুতিকৰণ, ৰং আৰু ছাইড ৰেলিঙৰ কাম।
Category
- Log in to post comments