ঘোষণা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন; প্ৰকাশ পালে HSLC পৰীক্ষাৰ সম্পূৰ্ণ সময়সূচী

HSLC EXAM

আজি ঘোষণা হ’ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।জনালে পৰীক্ষাৰ দিন।

২০২৬ৰ ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।পুৱাৰ ভাগৰ পৰীক্ষাসমূহ ৯ বজাৰ পৰা ১২ বজালৈ আনহাতে আৱেলি ভাগৰ পৰীক্ষাসমূহ ১ বাজি ৩০ মিনিটৰ পৰা ৪ বাজি ৩০ মিনিটলৈ অনুষ্ঠিত হ’ব। ২৭ ফেব্ৰুৱাৰীত অন্ত পৰিব HSLC পৰীক্ষা

সময়সূচী অনুসৰি,১০ ফেব্ৰুৱাৰীৰ পুৱা মাতৃভাষা


১৩ ফেব্ৰুৱাৰীৰ পুৱা সমাজ বিজ্ঞান

১৪ ফেব্ৰুৱাৰীৰ পুৱা অনুষ্ঠিত হ’ব ঐশ্চিক বিষয়ৰ সংগীত, নৃত্য, উদ ক্ৰাফ্ট আৰু হোম ছাউন্সৰ পৰীক্ষা।

১৪ ফেব্ৰুৱাৰীৰ আৱেলি অনুষ্ঠিত হ’ব ফাইন আৰ্ট আৰু Weaving & Textile Design বিষয়ৰ পৰীক্ষা ।

১৬ ফেব্ৰুৱাৰীৰ পুৱা অনুষ্ঠিত হ’ব ইংৰাজী।

২০ ফেব্ৰুৱাৰীৰ পুৱা অনুষ্ঠিত হ’ব সাধাৰণ গণিত।

২৩ ফেব্ৰুৱাৰীৰ পুৱা অনুষ্ঠিত হ’ব সাধাৰণ বিজ্ঞানৰ পৰীক্ষা

২৪ ফেব্ৰুৱাৰীৰ পুৱা অনুষ্ঠিত হ’ব। ঐচ্ছিক বিষয়ৰ মণিপুৰী, চান্থালি

২৫ ফেব্ৰুৱাৰীৰ পুৱা অনুষ্ঠিত হ’ব। ঐচ্ছিক বিষয়ৰ হিন্দী, গাৰমেণ্ট ডিজাইন বিষয়ৰ পৰীক্ষা

২৬ ফেব্ৰুৱাৰীৰ পুৱা অনুষ্ঠিত হ’ব। ঐচ্ছিক বিষয়ৰ ঐচ্ছিক গণিত, ভুগোল, ইতিহাস, সংস্কৃত, কম্পিউটাৰ বিজ্ঞান, বাণিজ্য, নেপালী, আৰৱী, পাৰ্ছী আৰু অসমীয়াৰ পৰীক্ষা


২৬ ফেব্ৰুৱাৰীৰ আবেলি ঐচ্ছিক অসমীয়াৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

২৭ ফেব্ৰুৱাৰীৰ পুৱা অনুষ্ঠিত হ’ব Retail Trade NSQF, IT/ITES NSQF,Tourism & Hospitality NSQF, Beauty and Wellness NSQF, Private Security NSQF, Health Care NSQF, Agriculture & Horticulture NSQF, Automotive NSQF, Electronics and Hardw

Category