গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ ঘোষণা।
আজিৰে পৰা ৯ নৱেম্বৰলৈ বন্ধ থাকিব ফেৰীসেৱা।
ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাৰ অনুশীলনৰ বাবে এই সিদ্ধান্ত।
যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ
ফেৰীৰ বিকল্প হিচাপে উত্তৰ গুৱাহাটীলৈ চলিব বাছ।
Category
- Log in to post comments