 
এক শোকাৱহ ঘটনা। বিদ্যুতৰ তাঁৰত লাগি মৃত্যুক সাৱতিলে এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে।
শুৱালকুছিত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো।
জানিব পৰা মতে, কামৰূপ সৰু লাহত খেতি পথাৰত বান্দৰ তথা পোহনীয়া জীৱ জন্তুৰ পৰা খেতি পথাৰৰ শস্য ৰক্ষা কৰিবলৈ বিদ্যুতৰ তাঁৰ সংযোজন কৰিছিল। খেতি পথাৰৰ চাৰিসীমাত সংযোগ কৰিছিল বিদ্যুতৰ তাঁৰ।
কিন্তু সেই খেতি পথাৰতে গৃহস্থ নগেন বৰ্মন নামৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি বিদ্যুতপৃষ্ঠ হৈ মৃত্যুক সাৱতি লয়।
Category
              
          - Log in to post comments
 
     
 
 
 
 
