সামাজিক মাধ্যমত গৰিমা গাৰ্গৰ পোষ্ট।”সকলোতে মাথোঁ শূন্য..”

Zubeen Garg

৪০টা দিন পাৰ হ’ল আমাৰ সকলোৰে প্ৰাণ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ।কিন্তু আজি পৰ্যন্ত ন্যায় নাপালে।

অকালতে স্বামীক হেৰুৱাই শোকত ভাগি পৰিছে গৰিমা শইকীয়া গাৰ্গ। পুনৰ সামাজিক মাধ্যমত এক আবেগিক প’ষ্ট।

গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত লিখিছে- সকলোতে মাথোঁ শূন্য…

গৰিমা শইকীয়া গাৰ্গৰ এই প’ষ্ট ৰাজহুৱা হোৱাৰ পাছতে বৰ্তমান সামাজিক মাধ্যমত চৰ্চিত হৈছে।

Category