বীৰ লাচিত সেনাৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান আৰম্ভ।
অভিযানত গ্ৰেপ্তাৰ বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলা সমিতিৰ মুখ্য সচিব।
নিশা বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলা সমিতিৰ মুখ্য সচিব বিপ্লৱ গগৈক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।।
উল্লেখ্য যে দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ সকলো SSPক বীৰ লাচিত সেনাৰ বিৰুদ্ধে থকা গোচৰৰ তদন্তৰ নিৰ্দেশ দিছিল ।মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে বীৰ লাচিত সেনাৰ নেতাৰ বিৰুদ্ধে অভিযান আৰম্ভ ৰাখিছে অসম আৰক্ষীয়ে।
Category
- Log in to post comments