পুনৰ আলফা স্বাধীনৰ কেডাৰক গ্ৰেপ্তাৰ।
অৰুণাচলৰ নামচাইত অৰুণাচল আৰক্ষী আৰু অসম ৰাইফলছৰ অভিযানত আটক থাওচেন অসম ওৰফে অনুপম দহোতীয়াক।
থাওচেন অসমৰ ঘৰ তিনিচুকীয়াৰ বাৰেকুৰিত।
থাওচেন অসমৰ পৰা জব্দ MQ চিৰিৰ্জৰ এটা বন্দুক, ১৫১ জাই সজীৱ গুলি, এটা RPG, এটা বটল গ্ৰেনেড।
আলফা স্বাধীনৰ কেডাৰজন কাকপথাৰৰ সেনা চাউনি আক্ৰমণত জড়িত আছিল।
Category
- Log in to post comments