দিছপুৰ লাষ্টগেটতৰ সূৰ্য এপাৰ্টমেণ্টৰ ৰহস্যজনক অৱস্থাত মৃত্যু এজন যুৱকৰ

Guwahati News

পুনৰ গুৱাহাটী মহানগৰীৰ দিছপুৰত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা ঘটনা।

মহানগৰীৰ দিছপুৰৰ এপাৰ্টমেণ্টত ৰহস্যজনক অৱস্থাত মৃত্যু এজন যুৱকৰ।

দিছপুৰ লাষ্টগেটত থকা সূৰ্য এপাৰ্টমেণ্টৰ B block ৰ 4E ফ্লেটত সংঘটিত হৈছে এই ঘটনা।

মৃত যুৱকজনৰ নাম জেমছ বৰুৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা অনুসৰি, মঙলবাৰে নিশা প্ৰেয়সীৰ লগতেই আছিল জেমছ নামৰ যুৱকজনে।

তাৰ পাছতেই এপাৰ্টমেণ্টত ৰহস্যজনকভাৱে মৃত্যু হয় যুৱকজনৰ।

ৰহস্যজনকভাৱে মৃত্যুৰ পাছতেই জেমছৰ নিথৰ দেহ নিজেই নমাইছিল প্ৰেয়সীয়ে।

ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে যুৱতীগৰাকীক।

ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Category