শ্যামকানু মহন্তক নিষিদ্ধ মুখ্যমন্ত্ৰীৰ

Assam govt blacklists Shyamkanu Mahanta

শ্যামকানু মহন্তক নিষিদ্ধ মুখ্যমন্ত্ৰীৰ। জুবিন গাৰ্গৰ মৃত্যু লগত শ্যামকানু মহন্তৰ নাম সাঙোৰ খোৱাৰ পিছতে কঠোৰ মুখ্যমন্ত্ৰী।

শ্যামকানু মহন্তই এতিয়াৰে পৰা কোনো ধৰণৰ অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব অসমত। চৰকাৰী পুঁজি, বিজ্ঞাপন নিদিয়ে শ্যামকানু মহন্তক বা তেওঁৰ লগত জড়িত থকা কোনো অনুষ্ঠানক। শ্যামকানু মহন্তক আৰ্থিক অনুদান নিদিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুৰোধ জনাই অসম চৰকাৰে।

সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীৰ ড° হিমন্ত বিশ্ব শৰ্মাই ।

Category